Showing posts from September 30, 2021

একাঁজলী বিৰহ খণ্ড নং: ১৫- বিটুমনি ভুঞা কোছ

বাহি গাৰেই পুৱাই পুৱাই শাহুয়েকে চাহৰ জুতি লৈ ইঘৰে সিঘৰে ঘূৰি ফুৰাটো নতুন কথা নহয়।ৰামভাই  বাৰীৰ পকা কঁঠাল এটা আনি কটাৰীখনে…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

কেনেকৈ পাঠ কৰোঁ শোকপ্ৰস্তাৱ-জয় প্ৰকাশ শৰ্মা

এক প্ৰৱণতা      নিজক ঢাকি সময়ৰ সতে দৌৰোঁ ,  কেতিয়াযে নিজস্বতাক হত্যা কৰি      সলনি হোৱাৰ মুখাখন পিন্ধি লওঁ   তুমি মই বা …

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

তুমি আৰু ৰাতি লগত বৰষুণ জাক- সান্নিধ্য শইকীয়া

অৱশ্যে তুমি মনে মনে আহি বহি লোৱাহি মোৰ কাষত মৌনতা লৈ। সেই দিনাও একেদৰে হৈছিল,বাহিৰত বৰষুণ দি আছিল। মই খিৰিকীৰ কাষত বহি গোটেই…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সেইবোৰ জৰুৰী আছিল- বিপাশা বৰা

মই আকৌ নাহো এই ৰাস্তাৰে উভতি, যদিওবা আহো কেতিয়াবা সেইয়া তোমাৰ বাবে নহয়, কেৱল বকুলৰ সুৱাস ল'বলৈহে। সংগ দিয়াৰ প্ৰয়োজন …

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

কৃষ্ণচূড়াৰ ছাঁত- ৰুমী কলিতা দত্ত

বুঢ়ীদিহিঙৰ হৃদয়খনত কঁপি কঁপি সোঁত বৈ গাভৰুজাকক চিলনী সাঁতোৰ শিকাইছে, কেৰেচিয়াকৈ লিহিৰিৰ  বা-লাগি  সেউজীয়াৰ দেশত সেউজবুলী…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

তুমি যে নাই- সীমা ৰবিদাস

কোন আছিলা তুমি,   কি সম্পর্ক আছিল মোৰ  তোমাৰ সৈতে,  একো নাজানো,  মাথোঁ জানো যে, তোমাৰ বাবে  কিবাতো অনুভূতি আছে,  হৃদয়ৰ ক…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

দলংৰ উচুপনি-বিটুমনি কোছঁ

উদাস উদাস লগা আহিনৰ এটা সেমেকা আবেলিত, পুৰণা পুৰণা লগা উদাস সুৰভিৰে পকি দলংখনে মোক বহু কথাই ক'লে। দেওলগা সময়ৰ মুখামু…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

৩০ ছেপ্তেম্বৰ- সাধাৰণ জ্ঞান

১)পৰুৱাবোৰ- উত্তৰ: মৃতভোজী বা উচ্ছিষ্টভোজী। ২)পৃথিৱীৰ বায়ুমণ্ডলৰ বহিৰ্ভাগত আপতিত হোৱা মুঠ সৌৰ বিকিৰণৰ শতকৰা কিমা…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

৩০ ছেপ্তেম্বৰ- আজিৰ দিনটোৰ তাৎপৰ্য

⏺️১৩৯৯ – হেনৰী চতুৰ্থক ইংলেণ্ডৰ ৰজা বুলি ঘোষণা কৰা হয়। ⏺️১৫২০ - চুলেইমান দা মেগ্নিফিছেণ্টে তেওঁৰ দেউতাক চেলাম প…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »
Load More
That is All