৩১ জানুৱাৰী আজিৰ দিনটোৰ বিশেষত্ব

Aditi Tanti
0
🛑৩১ জানুৱাৰী (ইংৰাজী: 31 January) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪ দিন (অধিবৰ্ষত ৩৩৫ দিন) বাকী থাকে।

⭕উল্লেখযোগ্য ঘটনা 
১৯৯৬ - শ্ৰীলঙ্কাৰ ৰাজধানী কলম্ব'ত অৱস্থিত এটা বেঙ্কত ভয়াবহ আত্মঘাটী আক্ৰমণত কমেও ৫০ জন লোকৰ মৃত্যু।
২০১৫ - অসম সাহিত্য সভাৰ ৭৩ সংখ্যক কলিয়াবৰ অধিৱেশনৰ আৰম্ভণি।
⭕জন্ম 
১৯০৯ - বিষ্ণুপ্ৰসাদ ৰাভা, অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু।
১৯৭৮ - প্ৰীতি জিন্তা, ভাৰতীয় অভিনেত্ৰী (বলিউড)।
⭕মৃত্যু 
১৯৬১ – কৃষ্ণ সিং, ভাৰতীয় ৰাজনীতিক, বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী (জন্ম. ১৯৮৭)
২০১৫ - লিজাবেথ স্কট, আমেৰিকান অভিন্ত্ৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)