সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Aditi Tanti
0
প্ৰশ্ন -প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
উত্তৰ: ধৰ্মপুস্তক ১৮১ আত্মাৰাম শৰ্মা
প্ৰশ্ন- ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধান কি?
উত্তৰ :Oxford English Dictionary
প্ৰশ্ন- বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি? 
উত্তৰ: দহিকতৰা আৰু কেতেকী
প্ৰশ্ন-"হোমৰুল লীগ" ৰ মুখপাত্ৰ খনৰ নাম কি?
উত্তৰ: নিউ ইণ্ডিয়া নিউজ।
প্ৰশ্ন - ভাৰতৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?
উত্তৰ: "বেগংল গেজেট" ( ১৭৮০ চনৰ ২৯ জানুৱাৰী) 
প্ৰশ্ন - বুৰঞ্জীয়ে মুক্তি পোৱা সময়ৰ প্ৰথম ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ নাম কি?
উত্তৰ: কলহনৰ ৰাজ তৰংগিনী 
প্ৰশ্ন -'ইংৰাজী কবিতাৰ জনক' বুলি কাক কোৱা হয়?
উত্তৰ: জিওফ্ৰি চচাৰক। 
প্ৰশ্ন -কোনজন লেখকক এছিয়াৰ'হোমাৰ' বোলা হয় ?
উত্তৰ: ফিৰদৌছি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)