সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১/ ভ্ৰাম্যমাণৰ প্ৰথম স্নাতকোত্তৰ কোন?
উত্তৰ- কহিনুৰ থিয়েটাৰৰ প্ৰযোজক ৰতন লহকৰ।

২/ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক দেৱজিৎ চাংমাই কি পেছাৰ সৈতে জড়িত?
উত্তৰ- ছাউণ্ড ডিজাইনাৰ।

৩/ নেপথ্য শিল্পী হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী গায়িকাৰ নাম কি?
উত্তৰ- তৰালি শৰ্মা।

৪/ পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল?
উত্তৰ- দৰং।

৫/ লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি আছিল?
উত্তৰ- সমুদ্ৰখৰি।

৬/ প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰ- ভাইটি।

৭/ কোন চনত ডিগবৈত খাৰুৱা তেল আৱিষ্কাৰ হৈছিল?
উত্তৰ- ১৮৮৯ চনত।

৮/ বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
উত্তৰ- ১৯৫২ চনত।

সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)