সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১/ অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ কোনখন?
উত্তৰ-হাফলং।

২/উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰ মুখ বুলি কোৱা হয়?
উত্তৰ- ডিব্ৰুগড়।

৩/আহোমৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত?
উত্তৰ- বশিষ্ঠাশ্ৰমত।

৪/অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি?
উত্তৰ- টুচু পূজা।

৫/কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে?
উত্তৰ- ১৮৫০ চনত এলিজা ব্ৰাউনে।

সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)