আজিৰ দিনটোৰ বিশেষত্ব-৯ ফেব্ৰুৱাৰী

©Admin
0
৯ ফেব্ৰুৱাৰী (ইংৰাজী: 9 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৫টা দিন (অধিবৰ্ষত ৩২৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা- 

১/ ১৯০০ চনৰ আজিৰ দিনটোতেডেভিছ কাপ প্ৰতিযোগিতাৰ আৰম্ভণি।

২/ ১৯৭১ চনৰ আজিৰ দিনটোতে এপ'ল' অভিযান: চন্দ্ৰপৃষ্ঠত তৃতীয়বাৰ অৱতৰণৰ পিছত এপ'ল' ১৪ পৃথিৱীলৈ ঘূৰি আহে।

৩/ ১৯৮৬ চনৰ আজিৰ দিনটোতে সৌৰ জগতৰ অন্তঃভাগত হেলিৰ ধুমকেতু দেখা পোৱা গৈছিল।

৪/১৯৯৬ চনৰ আজিৰ দিনটোতে ৰাসায়নিক মৌল ক'পাৰনিচিয়াম (Cn)ৰ আৱিষ্কাৰ হৈছিল

৫/ ১৯৬৯ চনৰ আজিৰ দিনটোতে আমেৰিকান ফুটবল খেলুৱৈ জিমি স্মিথৰ জন্ম হয়।

৬/ ১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন মন্ত্ৰী (External Affairs) এম. চি. ছাগ্লাৰ মৃত্যু (জন্ম ১৯০০)।

৭/ ২০১৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্য লিখক অ'. পি. দত্তৰ মৃত্যু (জন্ন ১৯২২)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)