আজিৰ দিনটোৰ বিশেষত্ব-১৬ ফেব্ৰুৱাৰী

©Admin
0
১৬ ফেব্ৰুৱাৰী (ইংৰাজী: 16 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৮টা দিন (অধিবৰ্ষত ৩১৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

১/ ১৭৩২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাছিংটনৰ জন্ম।

২/ ১৯৩২ চনত ভাৰতীয় উদ্ভিদ বিজ্ঞানী অৰ্চনা শৰ্মাৰ জন্ম।

৩/ ১৯৫৬ চনত ভাৰতীয় জ্যোতিপদাৰ্থ বিজ্ঞানী মেঘনাথ সাহাৰ মৃত্যু।
 
৪/ ২০১৫ চনত মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ-মূখ্যমন্ত্ৰী তথা আইনজীৱি আৰ. আৰ. পাটিলৰ মৃত্যু।

৫/ ১৯৪৪ চনত ভাৰতীয় চলচিত্ৰৰ জনক দাদা চাহেব ফাল্কেৰ মৃত্যু।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)