সময়ৰ গতিৰ লহৰে লহৰে।
হুমুনিয়াহবোৰে কোবাই গ'ল
নি:শব্দতাৰ মাজত কাণে কাণে।
নিস্তব্ধতা কোঙা হৈ ৰ'ল
সমাধানহীন দ্বায়িত্বৰ ওজনে।
ফাগুনৰ ৰং ক'লা কৰি গ'ল
জীৱনৰ নিষ্ঠুৰ ক'লা অধ্যায়ে।এতিয়াটো মই নাই মোৰ মাজত
এমুঠি হাঁহি তিয়াই ওঁঠৰ ভাঁজত।
1Comments
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ
Post a Comment
বহুত বহুত ধন্যবাদ ।
ReplyDelete