১)কাবাডী খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে ?
উত্তৰ - সাতজন (৭ জন)
উত্তৰ - সাতজন (৭ জন)
২)৩। বিদেশত শাখা খোলা ভাৰতৰ প্ৰথম বেংক কোনটো?
উত্তৰ – বেংক অফ ইণ্ডিয়া, লণ্ডন, (১৯৪৬)
৩) আৰ্য বাহিৰৰ পৰা ক'লৈ আহিছিল আৰু প্ৰথমে থিতাপি লৈছিল?
উত্তৰ - পাঞ্জাৱ
৪)কোনখন গ্ৰন্থৰ বিখ্যাত গায়ত্ৰী মন্ত্ৰ?
উত্তৰ- ঝকবেদ