২৪ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

২৪ ফেব্ৰুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে ৫৫ তম দিন। বছৰ শেষ হ'বলৈ ৩১০ দিন বাকী থাকে। কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৯৬১ চনত অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব  সম্পাদক তথা সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল।

২/আজিৰ দিনটোতে  ২০১৮ চনত বলীউডৰ অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যু হৈছিল।

৩/আজিৰ দিনটোতে ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল।
  
সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

Previous Post Next Post