২৪ ফেব্ৰুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে ৫৫ তম দিন। বছৰ শেষ হ'বলৈ ৩১০ দিন বাকী থাকে। কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৯৬১ চনত অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক তথা সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল।
২/আজিৰ দিনটোতে ২০১৮ চনত বলীউডৰ অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যু হৈছিল।
৩/আজিৰ দিনটোতে ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল।
সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব