অসমীয়া কুইজ

Rinku Rajowar
0
(১)মহাত্মা গান্ধীৰ পিতৃৰ নাম কি আছিল?

উত্তৰ:- কৰমচাঁদ গান্ধী।



(২) মহাত্মা গান্ধীৰ ৰাজনীনৈতিক গুৰুজন কোন?

উত্তৰ:- গোপাল কৃষ্ণ গোখলে।



(৩) কিমান চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল?

উত্তৰ:- ১৯২৪ চনত।



(৪) স্বৰাজ দল কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:- চি আৰ দাসে।



(৫) ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন?

উত্তৰ:- এৰিষ্ট'টল।



(৬) কেতিয়া ভাৰতত প্ৰথম দ্বৈত শাসন ব্যৱস্থা প্ৰচলন হৈছিল?

উত্তৰ:- ১৯১৯ চনত।



(৭) ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কমিটীৰ সভাপতি কোন আছিল?

উত্তৰ:- ড° বি আৰ আম্বেদকাৰ।



(৮) কোন তাৰিখে ভাৰতীয় সংবিধান গ্ৰহণ কৰা হয়?

উত্তৰ:- ২৬ নবেম্বৰ, ১৯৪৯ চনত।



(৯) ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনিত কৰিব পৰা সদস্যৰ সংখ্যা কিমান?

উত্তৰ:- দুই।



(১০) ৰাষ্ট্ৰ সংঘৰ প্ৰধান কাৰ্যালয় ক'ত?

উত্তৰ:- নিউয়ৰ্ক।



(১১) লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে?

উত্তৰ:- লোকসভাৰ সদস্য‌ই।



(১২) ভাৰতবৰ্ষৰ কেইখন ৰাজ্যত দ্বিসদন মুক্ত বিধান মণ্ডল আছে?

উত্তৰ:- সাত খন।



(১৩) ৰাজ্যৰ বিধান মণ্ডলৰ ন্যূনতম সদস্যৰ সংখ্যা কিমান?

উত্তৰ:- ৪০ (40)।




(১৪) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ মুঠ সংখ্যা কিমান?

উত্তৰ:- ৩১ ।



(১৫) ৰাজ্যসভাৰ পদেন সভাপতি জন কোন?

উত্তৰ:- উপ ৰাষ্ট্ৰপতি।



(১৬) ভাৰতত কেন্দ্ৰীয় শাসিত অঞ্চল-

উত্তৰ:- ৭ ।



(১৭) কাক ভাৰতবৰ্ষৰ আইন প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে?

উত্তৰ:- সংসদক।



(১৮) লোকসভাৰ মুঠ সদস্য কিমান?

উত্তৰ:- ৫৪৫ ।



(১৯) ৰাজ্য সভাৰ সদস্যৰ সংখ্যা কিমান?

উত্তৰ:- ২৪৫ জন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)