বনভোজলৈ গৈ বোৱতী নৈত কেইজনমান মানুহ ফটো উঠাত ব্যস্ত। এনেতে বৃদ্ধ এজনৰ লাখুটিডাল হাতৰ পৰা সৰি পৰাত বৃদ্ধ ব্যক্তিজনে কাষত ফটো উঠি থকা মানুহ কেইজনক লাখুটিডাল তুলি দিবলৈ কোৱাত ফটো উঠাৰ চখত কথাষাৰ শুনিও কোনেও নুশুনাৰ ভাও দিছিল... পিছত বৃদ্ধজনৰ হাতৰ পৰা লুখুটিডাল সৰি পৰাৰ বাবেই দুখোজ দিওঁতেই নৈৰ পানীত পৰি বৃদ্ধজনৰ মৃত্যু ঘটিল!!