১৮৫৫ চনৰ আজিৰ দিনটোতে মিচিগান ষ্টেট ইউনিভাৰ্ছিটি প্ৰতিষ্ঠিত হয়। বৰ্তমান সময়ত বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ অন্যতম এখন।- ১৫০২ চনৰ আজিৰ দিনটোতে ভাস্কো দা গামাই পৰ্তুগালৰ লিচবনৰ পৰা ভাৰতলৈ দ্বিতীয় নৌ যাত্ৰা আৰম্ভ কৰে।
- ১৯৬১ চনৰ আজিৰ দিনটোতে শুক্ৰ গ্ৰহলৈ লক্ষ্য কৰি ছোভিয়েট ইউনিয়নে ভেনেৰা-১ উৎক্ষেপণ কৰে।
- ১৮৭৭ চনৰ আজিৰ দিনটোতে প্ৰথম টেলিফোনত সংবাদ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।
- ১৯৯৩ ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱে টেষ্ট ক্ৰিকেটত ৪০০টা উইকেট আৰু ৫০০০ ৰাণ সংগ্ৰহ কৰিছিল।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব