ফেব্ৰুৱাৰী (ইংৰাজী: 10 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৪টা দিন (অধিবৰ্ষত ৩২৫ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
- ১২৫৮ – মোগলসকলে বাগদাদ আক্ৰমণ কৰে আৰু আবাছিড খালিফাত ধ্বংস কৰে।
- ২০১৩ – কুম্ভ মেলাৰ সময়ত ভাৰতৰ এলাহবাদত সংঘটিত এক হত্যাকাণ্ডত ৩৬জন লোক নিহত আৰু আৰু অন্য ৩৯জন লোক আহত হয়।
জন্ম
- ১৮৪৭ – বাংলাদেশী কবি-সাহিত্যিক নবিনচন্দ্ৰ সেনৰ জন্ম (মৃত্যু ১৯০৯ চন)
মৃত্যু
- ২০১৬ – ভাৰতীয়-পাকিস্তানী সাহিত্যিক তথ্য নাট্যকাৰ ফাটিমা সূৰযা বাজিয়াৰ মৃত্যু (জন্ম ১৯৩০ চন)
Tags:
আজিৰ দিনটোৰ বিশেষত্ব