আজিৰ দিনটোৰ বিশেষত্ব-১৫ ফেব্ৰুৱাৰী

©Admin
0

১৫ ফেব্ৰুৱাৰী (ইংৰাজী15 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৬তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৯টা দিন (অধিবৰ্ষত ৩২০ দিন) 

১)১৮৭৯ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ত মহিলা আইনজীৱিসকলে প্ৰথম প্ৰৱেশৰ অনুমতি লাভ কৰে।

২)১৯০৩ চনৰ আজিৰ দিনটোত মৰিছ মিচটমে নিজৰ দোকানত নিজৰ হাতৰে টেডি বিয়েৰ পুতলা নিৰ্মাণ কৰে আৰু কম সময়ৰ ভিতৰতে পৃথিৱীজুৰি অতি জনপ্ৰিয় হৈ উঠে।

৩)১৫৬৪ চনৰ আজিৰ দিনটোতে "আধুনিক বিজ্ঞান চৰ্চাৰ পিতৃস্বৰূপ" গেলিলিঅ’ গেলিলিৰ জন্ম হৈছিল ৷ 

৪)১৯৩৬ চনৰ এই দিনটোতে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ মৃত্যু হয়।

৫)১৯৪৮ চনৰ এই দিনটোত হিন্দী সাহিত্যৰ প্ৰসিদ্ধ কবি সুভদ্ৰা কুমাৰী চৌহানৰ মৃত্যু হয় ৷

৬)অসমৰ বিশিষ্ট চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ মৃত্যু 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)