২৮ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

২৮ ফেব্ৰুৱাৰী (ইংৰাজী28 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৭টা দিন (অধিবৰ্ষত ৩০৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটন

🔴১৯৫৩ খৃ: - জীৱবিজ্ঞানী ৱাটছন আৰু ক্ৰিকৰ দ্বাৰা "ডি.এন.এ."ৰ "দ্বৈত হেলিক্স" গাঠনিৰ আৱিষ্কাৰৰ কথা আনুষ্ঠানিক ঘোষণা।

🔴১৯০১ খৃ: - লিনাচ পাউলিং ৰ জন্ম, ন'বেল বিজয়ী বিখ্যাত আমেৰিকান ৰাসায়নিক বিজ্ঞানী।

🔴আজি ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।

Post a Comment

Previous Post Next Post