৩ ফেব্ৰুৱাৰী দিনটোৰ বিশেষত্ব

©Admin
0
৩ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪ তম দিন। বছৰটো শেষ হ'বলৈ এই দিনৰ পৰা মুঠ ৩৩১ টা দিন বাকী থাকে। এইকেইটা দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/ আজিৰ দিনটোতে ১৯৭১ চনত তৃতীয়টো মানৱবাহী চন্দ্ৰ অভিযান "এপল ১৪" ৰ অংশ হিচাপে মহাকাশচাৰী এলেন শ্বেৰ্পাড আৰু এডগাৰ কলিন্সে চন্দ্ৰৰ বুকুত অৱতৰণ কৰে।

২/ আজিৰ দিনটোতে ২০০৬ চনত ইজিপ্তৰ এখন যাত্ৰীবাহী ফেৰী ৰঙা সাগৰত ( ৰেড জী) ত দুৰ্ঘটনা গ্ৰস্থ হয় য'ত কমেও ১০০০ জন লোকে প্ৰাণ হেৰুৱাইছিল।

সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)