৩ ফেব্ৰুৱাৰী -ইতিহাসত আজিৰ দিনটো

©Admin
0
🔷৩ ফেব্ৰুৱাৰী (ইংৰাজী: 3 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩১টা দিন (অধিবৰ্ষত ৩৩২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য । 

🔍১৯৭১ খৃ: -  আজিৰ দিনটোত তৃতীয়টো মানৱবাহী চন্দ্ৰ অভিযান "এপ'ল' ১৪"ৰ অংশ হিচপে মহকাশচাৰী এলেন শ্বেপাৰ্ড আৰু এডগাৰ কলিন্সে চন্দ্ৰৰ বুকুত অৱতৰণ কৰে।

🔍২০০৬ খৃ: - আজিৰ দিনটোতেই  ইজিপ্তৰ এখন যাত্ৰীবাহী ফেৰী ৰঙা সাগৰ (ৰেড ছী)ত দুৰ্ঘটনাগ্ৰস্থ হয় য'ত কমেও ১০০০জন লোকে প্ৰাণ হেৰুৱাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)