অনুভৱ | গীতাশ্ৰী বড়া

Rinku Rajowar
1
আছে নে কোনোবা এনে ঐ 
শুনিবলৈ মানুহৰ মনৰ প্ৰাৰ্থনা,
বুজেনে কোনোবাই অন্তৰৰ আশা দৰিদ্ৰসকলৰ কি যন্ত্ৰণা 

আছে নে এনে কোনো . . .
পিতৃ - মাতৃৰ মৰম বুজা ,
জীৱন মৰণে ফুৰিছে বিচাৰি সন্তানৰ এমুঠি মৰমৰ বাবে ।

আছে নে কোনোবা এনে ঐ 
বুজিবলৈ ব্যৰ্থ প্ৰেমৰ বেদনা যিয়ে পাইয়ো হেৰুৱাই মনৰ কল্পনা ।

আছে নে এনে কোনো ...
প্ৰকৃত বন্ধুত্বক  বুজি পোৱা 
আছে জানো কোনোবা উপলব্ধি কৰিব পৰা  ।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment