২৬ মাৰ্চ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
২৬ মাৰ্চ (ইংৰাজী: 26 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮৫তম (অধিবৰ্ষত ৮৬তম) দিন। বছৰ শেষ হ'বলৈ ২৮০ দিন বাকী থাকে।

⚫১৯০৭ চনৰ আজিৰ দিনটোতে মহাদেৱী বৰ্মাৰ জন্ম, হিন্দী ভাষাৰ বিখ্যাত মহিলা কবি।

⚫১৯৩৮ চনৰ আজিৰ দিনটোতে সাহিত্যৰথী তথা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু। তেখেত আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।
⚫১৯৮৩ চনৰ আজিৰ দিনটোতে মিত্ৰদেৱ মহন্তৰ মৃত্যু। তেখেত অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা আছিল।
⚫২০১৮ চনৰ আজিৰ দিনটোতে কেশদা মহন্তৰ মৃত্যু। তেখেত এগৰাকী অসমীয়া লেখিকা, গৱেষক আৰু সমালোচক আছিল।
⚫আজি  বাংলাদেশৰ স্বাধীনতা আৰু জাতীয় দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)