সাংবাদিক হে জাগ্ৰত প্ৰহৰী | জুবিন ঠাকুৰ

Rinku Rajowar
1
সদায় আপুনি ওলাই যায় 
          নতুন খবৰৰ সন্ধানত
পুৱাই হওঁক,গধুলিয়ে হওঁক বা          
          হওঁক গভীৰ ৰাতিত
তথাপিতো আপুনি পিছপৰি নৰয়
          গৈ পায় ঘটনাস্থলীত 

ধুলি-বালি,ৰ'দ-বৰষুণ নেওচি দিয়ে
          জনতাৰ বাবে খবৰৰ জুতি
কৰে অত্যন্ত কষ্ট, যায়গৈ এনে ঠাইত
           য'ত নিজৰ প্ৰানৰো থাকে সংকট
তথাপিতো পিছপৰি নৰয়
           গৈ পায় ঘটনাস্থলীত

যিকোনো ঘটনাতেই  যায়
           আপুনি প্ৰথম খবৰৰ সন্ধানত 
নগৰতেই হওঁক বা হওঁক ভিতৰুৱা গাঁও
      যথেষ্ট বাধা নেওচি কেৱল 
     জনতাৰ বাবে দিয়ে খবৰৰ জুতি
তথাপিতো আপুনি  পিছ নৰয়
        গৈ পায় ঘটনাস্থলীত

সেই বাবে কয় আপোনাক
         চতুৰ্থ স্তম্ভ সংবিধানৰ
আগবাঢ়ি যাওক হে জাগ্ৰত প্ৰহৰী
        দি যাওক আমাক সুন্দৰ আদৰ্শ
হে অসম সন্তান আমাৰ আদৰ্শ আপোনাক জনাওঁ 
     অভিনন্দন অভিনন্দন অভিনন্দন।


        ✒️জুবিন ঠাকুৰ
          মিজিকা,বিশ্বনাথ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. Harrah's Cherokee Casino opens its doors to public with
    casino 창원 출장샵 and 평택 출장샵 hotel in Cherokee, North Carolina. The Harrah's Cherokee Casino Resort opened 오산 출장샵 its 안산 출장샵 doors 안양 출장안마 on Oct. 15, the first time it

    ReplyDelete
Post a Comment