অনুভৱ | ছাইফুদ্দিন আহমেদ

Rinku Rajowar
1
অনুভৱৰ সাগৰত
উকা কাগজত 
আজি,
নিচাগ্ৰস্ত প্ৰেমিকৰ;
কলমটোৱে যে
শব্দ বিচাৰি আছে  
হাহাকাৰ কৰি!!
প্ৰেমিকাৰ নামত 
প্ৰেমৰ কবিতা 
লিখিব বুলি!!
সৰগৰ পৰাও 
আহিলে গৈ
একাজলি অনুভৱ লৈ৷
প্ৰেয়সীৰ নামত
পৰিভ্ৰমী 
চৰাইবোৰৰ হাতত,
কলিজাৰ কোষ ফালি 
পঠাইছে হৃদয় জুৰোৱা 
অনুভৱৰ টোপোলা এটি ৷৷


             ✍🏻ছাইফুদ্দিন আহমেদ
                         বৰছলা।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment