আধালিখা দস্তাবেজ | অংকুৰ বৰা

Rinku Rajowar
2
মোৰ অনুভৱী পৃষ্ঠাৰ তুমি এখিলা আধা  লিখা দস্তাবেজ....
য'ত, মোৰ প্ৰেমক
সম্পূৰ্ণ ৰূপ দিয়াত মই ব্যৰ্থ ।।
তোমাৰ প্ৰেমত পৰাৰ যোগ্যতা মই নাজানো
তথাপিও হাজাৰবাৰ তোমাৰ প্ৰেমত পৰিছোঁ ।।
মই জানো তোমাক মোৰ কৰাৰ
যোগ্যতা মোৰ নাই
কিন্তু কি কৰিম কোৱা....
অবুজ মনটোৱে চোন তোমাক বিছাৰি
হাবাথুৰি খায়।।
অপেক্ষা কৰিম.......
শুনিছোঁ সময়ৰ সোঁতত হেনো
সকলো সলনি হয়।।।

            ✍️অংকুৰ বৰা

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment