মৃত্যুক ইচ্ছা নকৰিও ; নিয়তিৰ ওচৰত হাৰ মানি নীলিমাই গাত মেৰিয়াই ল'লে এখনি বগা চাদৰ !
[২] আক্ৰোশ
অনুজে সুৰামত্তাৱস্থাত নিখিলক কোৱা কটু বাক্যবোৰ সি মনত ক্ৰোধাগ্নি ৰূপে পুহি ৰাখিছিল আৰু ইয়াৰ পৰিণামৰূপে অনুজ এতিয়া মৃত্যুৰ অকাতৰ কোলাত , কাৰণ মাথোঁ আক্ৰোশ !