স্তৱক

©Admin
4
{৫৭৯}
নদীয়ে কয় জানো 
শান্ত বিপ্লৱৰ কথা (?)
বিপৰ্য্যয়ৰ ধ্বংসস্তুপ 
নীৰৰ বক্ষৰ পখিলা (!)...


{৫৮০}
প্ৰণম্য কাৰ্য
প্ৰণাশ দৈন্য,
প্ৰণৱ স্পন্দন
প্ৰণত সূৰ্য্য....।।


✍️সুশান্ত দাস, শিৱসাগৰ।।

Post a Comment

4Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. নীল প্ৰজাপতি25 June 2022 at 08:05

    পঢ়িলোঁ। নিৰৰ বক্ষৰ পখিলাটোহে বুজি নাপালোঁ।

    ReplyDelete
  2. সুন্দৰ

    ReplyDelete
Post a Comment