সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) প্ৰশ্ন : বৰ্তমান ভাৰতত ব্যঘ্ৰ (বাঘ) সংৰক্ষিত বনাঞ্চল কেইখন?

উত্তৰ : ২৯ খন।

২) প্ৰশ্ন : ভাৰতৰ কোন খন ৰাজ্যত প্ৰধানতঃ বগৰী উৎপাদন হয়?

উত্তৰ : উত্তৰ প্ৰদেশৰ আৰু ৰাজস্থান।

৩) প্ৰশ্ন : জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান?

উত্তৰ : দ্বিতীয়।

৪) প্ৰশ্ন : কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক?

উত্তৰ : দিল্লী।

৫) প্ৰশ্ন : কোন গৰাকী মোগল সম্ৰাটৰ মৃত্যু-শয্যাৰ সময়ত মুখত কাশ্মীৰ নামটো আছিল?

উত্তৰ : জাহাংগীৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)