মণিকাঞ্চন সংযোগ - আহচানাল মাৰিফ

©Admin
5
শংকৰ-মাধৱৰ মিলনৰ ভূমি,
লক্ষিমী আইৰ নাৰায়নপুৰিত।

দুয়োৰে দেহত জ্বলে জুই,
বাগযুদ্ধত অন্তৰ হয়।

শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ
"যথা তৰুৰ মূল",
শ্লোকেৰে পৰাজয় বশিত হয়-
পিতা মাধৱ দেৱৰ।

শৰণাপন্ন হয় শংকৰৰ,
একশৰণ হৰি নাম ধৰ্মত।

নামাঙ্কিত হৈ এই মহা-মিলনক,
মনিকাঞ্চন সংযোগ মহা-মিলন।

✍️আহচানাল মাৰিফ

Post a Comment

5Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই- আলোচনী লৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ।😊👀

    ReplyDelete
Post a Comment