দীপাৱলী দিনা অঘটন- চেলিমা বেগম

©Admin
0
মিৰা তাইৰ লগৰীয়া লগত সন্ধিয়া সময়ত আনন্দত আত্মাহাৰা হৈ পোহৰৰ উৎসৱ মানিবলৈ ফটকা ,তৰা বাতি আতকবাজী লৈ জ্বলাই আছে ৷মায়ে ভিতৰত মিঠাই বনাই আছে আলহীক লগত লৈ কিছু সময়ৰ পিছত আহি খাব ৷এনে সময়তে বাহিৰৰ পৰা এটা বিকট শব্দ আহিল মিৰাৰ মায়ে দৌৰাদৌৰি কৈ মিৰাৰ ওচৰ পালেহি ৷ হায় ! এয়া কি আজিৰ পৰা মিৰা আৰু দুই চকুৰে এইখন সেউজীয়া পৃথিৱী দেখিব নোৱাৰিব ৷
মোৰেই ভুল যদি সাৱধানে ফটকা ফুটাবলৈ দিলোহেঁতেন আজি এই দিন দেখিবলৈ নাপালোহেঁতেন !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)