উঃ একৰ পৰা দুই বছৰৰ ভিতৰত।
প্রঃ ‘শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে’: কথাষাৰ কোনে কৈছিল·
উঃ এৰিষ্ট’টল।
প্রঃ অতিপাত উৎকণ্ঠা আৰু অহেতুক ভয় পোৱা কি ৰোগৰ লক্ষণ ?
উঃ নিউৰোছিচ।
প্রঃ শিক্ষাৰ কি লক্ষ্যত ব্যক্তিসত্বাৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ?
উঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যত।
প্রঃ কিণ্ডাৰ গাৰ্ডেন স্কুলৰ জন্মদাতা কোন ?
উঃ জাৰ্মানীৰ শিক্ষাবিদ ফ্রবেল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ