Showing posts from September, 2022

আইৰ বাবে-হিমশিখা সন্দিকৈ

মোৰ হাতত এপাহ  সতেজ গোলাপ আইৰ হাতত  তেজৰ দাগ মোৰ চকুত ভবিষ্যতৰ সোণালী বাট আইৰ বুকুত কৰাল মাৰি থাকে নীলা বিষ…

তুমি, মই আৰু আমি-মাৰ্জিনা বেগম

হয় মই ; নহয় তুমি  তৃতীয় ব্যক্তি বুলি কোনো নাই  তুমি, মই , আমি লৈয়ে পৃথিৱী ,  মই তোমাক ভাল পাওঁ  তুমি মোক ভা…

ব্যৰ্থ নে প্ৰেম-হেমন্ত বৰুৱা

পাহৰিবলৈ হাজাৰ চেষ্টা কৰিও সকলো যেন ব্যৰ্থ সেয়ে মই পাহৰিব নোখোজো  স্মৃতি বোৰ স্মৃতি হৈ থাকক অনুভূতি বোৰে ই…

উপলব্ধি-আসাদ মদনী

দেউতাৰ ঘৰলৈ বহুদিন পিছত আহিছোঁ। যেতিয়াই ঘৰত আহোঁ তেতিয়াই মোৰ ল'ৰা ছাকলিন অসুস্থ হয় বিশেষকৈ পানীৰ কাৰ…

অনুভৱৰ একলম -আব্দুল কাদেৰ মিঞা

জীৱন বৰ অনুপম । জীৱনটো কাৰো বাবে অপেক্ষা নকৰে। জীয়াই থকা দিন কেইটাত প্ৰতিজনে প্ৰতিজনৰ হৈ জীয়াই থাকিব লাগে…

সময়ৰ অভাৱ নে ধং -সংযুক্তা দত্ত

আজিৰ দিনত মানুহ প্ৰায়ে ব্যস্ত হৈ থাকে। কোনো কাৰো ঘৰলৈ যাবলৈয়ে হাতত সময় নাথাকে। সকলো নিজৰ নিজৰ কামক লৈয়ে ব্য…

মিলন-মিন্টু গোৱলা

চিকি মিকি সন্ধ্যা পৰত প্ৰভুৰ লগত  মিলন হয় কল্পকাননত । পুষ্প সজ্জিত ৰথে আহে মোৰ আৰধ্য প্ৰভু , চোতালৰ তুলসীৰ…

সাধাৰণ জ্ঞান -কুইজ

১/বেক্টেৰিয়াৰ আৱিষ্কাৰক কোন? উত্তৰ -লিউয়েনহুক। ২/ মটৰ চাইকেলৰ উদ্ভাৱক কোন? উত্তৰ -জি ডেইমলাৰ। ৩/ফটোগ্ৰাফী…

২৯ ছেপ্টেম্বৰ ইতিহাসত আজিৰ দিনটো

২৯ অক্টোবৰ  দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী   অনুসাৰে বছৰৰ ৰ ৩০২ তম (অধিবৰ্ষত ৩০৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দ…

ছিকিমৰ মোহনীয়া-পদুম লইং

প্ৰকৃতিৰ বিনন্দীয়া ছিকিমৰ মোহনীয়া তিস্তা নদীয়ে কৰে আমনি     পাৰে পাৰে সাঁজে ভাঙে তিস্তাৰ ক'ত ইতিহাস …

আহিন আহিলে-হেমেন হাজৰিকা

নিয়ৰত নিতিতিলেও বন       মোৰ অলষিতে       আহিন আহিছে  ।।      শেৱালি কোমল      জোনাকী মায়াৱে       মন উতল…

শৰতৰ আগমন-পিংকী বৰা

নিয়ৰৰ ফাকুগুৰি সানি  আকৌ শৰত আহিল  আগ চোতাল খন শুৱনি হৈ পৰাকৈ  শেৱালী ফুল পাহিও ফুলি উঠিল  মনলৈও এনে ভাৱ আহ…

মনৰ অনুভৱ-আৰবিনা বেগম

জীৱনত সদায় নিজৰ মনৰ কথা শুনিবা । তোমাৰ যি ভাল লাগে কৰি যাবা । মানুহে কি ক'ব? মানুহে কি ভাবিব? সেইসমূহ …

হেৰোৱা সুৰ-ৰেণু শৰ্মা

কোনে দিলে তোক নীল দুনয়ন পদুম পাতেৰে ঢকা কোনে দিলে তোক  দৰদী পৰাণ চেনেহৰ ৰহঘৰা কোনে দিলে তোক  গাগৰি ভৰাই স্…

দুৰ্যোগ-মীৰা নায়ক

ৰুদ্ৰ মূৰ্তি ধৰি বান পানী আহিলে কাল ৰূপ ধৰি সকলো উটুৱাই নিলে । কিমান অনাথ হ'ল তুলনা যে নাই কান্দি আছে ন…

সাধাৰণ জ্ঞান

১) প্ৰশ্ন : সৰ্ব পৰিচিত মহাকাশযান ‘ছোয়াজটি – 11’ ৰ ভাৰতীয় মহাকাশচাৰী গৰাকী কোন? উত্তৰ : ৰাকেশ শৰ্মা। ২) প্ৰ…

সপোনৰ বালিঘৰ-মিন্টু গোৱলা

তুমি আহিবা বুলি সাজিলো বুকুত সপোনৰ বালিঘৰ ,  দুয়ো থাকিম সুখত । কত সপোন ৰচিলো  বালি ঘৰ সাজোতে  কত মৰম সাঁচি…

জীৱন-কল্পনা বৰা

জীৱন মানে ঘাত-প্ৰতিঘাতৰেই এক সংগ্ৰাম নহয়নে ? অন্তৰৰ মাজতেই বেদনাবোৰ লুকুৱাই যিয়ে বাহ্যিকতাত হাঁহিবলৈ শিকা…

বিদ্ৰোহ-ধৰম পানিকা

হয় মই বিদ্ৰোহী মনৰ অধিকাৰী হয় মই স্বাধীন স্বভাৱবাদী অন্যায় দেখিলে সহ্য নহয় মোৰ  দুৰ্নীতি দেখিলে মাত নমত…

সাধাৰণ জ্ঞান

১) প্ৰশ্ন : ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃদপিণ্ড বুলি কোৱা হয়? উত্তৰ : দিল্লী। ২) প্ৰশ্ন : জৱাহৰলাল নেহৰু বি…

হোমেন বৰগোহাঞি,পুতলী কোঁছ

নিস্তব্ধ ঢকুৱাখনা চাৰিকড়ীয়া খনো আজি নিতাল  পানীৰ ঢৌবোৰ নিস্তেজ ঢকুৱাখনাৰ সু - সন্তান হোমেন বৰগোহাঞি গ'…

কৰম-জিতেন্দ্ৰ সিং ৰাজপুত 

কঁহুৱা হালিছে  ভাদ মাহ চাপিছে, সোণ গুটিৰ গজালিয়ে সেউজীয়া আনিছে, আনিছে কৰমৰ আগমন কৰমতি সাজিছে আখৰাৰ উন্মাদত …

শিক্ষক দিৱস-নৱজিৎ নাথ

৫ ছেপ্টেম্বৰ দিনটো  এটি স্মৰণীয় দিন , শিক্ষক ছাত্রৰ মৰম আৰু  এনাজৰী বান্ধোনৰ এটি দিন। শিক্ষা গুৰুৰ প্ৰতি থ…

মা-ৰাহুল চেতিয়া

মা, অ মা? উঠা চোন অলপ তোমালৈ কি আনিছোঁ চোৱা? তুমি ভালপোৱা  বোকাখাতৰ লুচী-পুৰি আৰু কি আনিছোঁ অনুমান কৰা , ডা…

ইপ্সিত বস্তু-দেৱ দাস

“দাদা নাই নেকি? আমি নৱপুৰ সাৰ্বজনীন পূজা কমিটীৰ পৰা আহিছিলোঁ, পূজা পালেহিয়েই নহয় । বৰঙণিটো  কিমান লিখিম?”…

আজিৰ মানুহ- মিন্টু গোৱলা

পোহৰত  আজিৰ মানুহ বৰ ভদ্ৰ কিন্তু আন্ধাৰত ... সিহঁত বৰ নিষ্ঠুৰ । নামানে কোনো মানুহক,  সিহঁতে  আন্ধাৰত একেবাৰ…

পৰিধিৰ সিপাৰে-হেমেন হাজৰিকা

হিয়াৰ পৰিধি ভাঙি     এটা লহপহীয়া সপোন     আগবাঢ়ে  ।।     কি আছে পৰিধিৰ সিপাৰে     এটা অদেখা দৃশ্য  ।…

গুৱাহাটী-ৰাকেশ নাথ

তোৰ দুহাতত শিকলি লগাই কোনে কাঢ়ি নিলে স্বাধীনতা ? গুৱাহাটী! কিমান ৰাতি তই সাক্ষী হ'লি ধৰ্ষিতা নাৰীৰ ? তো…

কাৰাগাৰ- মাৰ্জিনা বেগম

জীৱনৰ শিকলিবদ্ধ কাৰাগাৰত বন্দী  চৌপাশে কেৱল বিষণ্ণ মানুহৰ আহ-যাহ , এক অনু শান্তিৰ বাবে  আৰু কিমান কাল অপেক্…

কবিতা- প্ৰাণজিত বৰচেতীয়া

ভিজা কাগজৰ বিয়পা আখৰ কোনে বাৰু পঢ়িব !  কোনে বাৰু বুজি পাব ? অৰ্থহীন এই কবিতা যেন এটি সাঁথৰ... লিখিম লিখিম …

হৃদয়ৰ অনুভৱ- ৰূপা মনি দাস

মই তোমাক ভাল পাওঁ অথচ তোমাক ভালপাওঁ বুলি ক'বলৈ ভয় লাগে  কিজানিবা তুমি মোৰ পৰা আঁতৰি যোৱা ! তোমাক যে মই …

সুখৰ অভিনয়- আব্দুল কাদেৰ মিঞা

সুখ বিচাৰি আজি সকলোৱে হাবাথুৰি খাইছে। বহু মানুহৰ জীৱনটো মাথো হৈ পৰিছে সুখৰ অভিনয়।মুখা পিন্ধি সুখৰ অভিনয় ক…

এটি প্ৰতিশ্ৰুতি-নীল প্ৰজাপতি

অসীমৰ হেঙুলীয়াত উৰি ফুৰা নীড়মুখী পখীৰ গান মলয়াই আঁচল উৰুৱাই জুৰে মিঠা তান, সূৰুযে মেলানি মাগে এটি দিন হৈ …

যৌৱনৰ ভৰ বাৰিষা-ৰঞ্জু গায়ন বৰুৱা

যৌৱন ভৰ বাৰিষাই তোমাৰ দুগালত ছটিয়াই দিলে গুলপীয়া সুবাস ,  সময়ৰ গতিশীলতাত  তেতিয়া মই চাতক পখী যৌৱনে বিচাৰে ত…

Load More That is All