লিমাৰিক-ফাৰুক হুছেইন

©Admin
4
দুবাহুৰে সাৱটি আঁকোৱালি ৰাখিছোঁ তোমাক,
ঘন আন্ধাৰ ৰাতিৰ তুমিয়ে স্নিগ্ধ জোনাক,
শীত অনুভৱ হ'ল,
সপোন ভাঙি গ'ল,
মনৰ বেদনা এতিয়া গাৰু বিনে কওঁ কাক ?

                    ✍️ফাৰুক হুছেইন
                     হাউলী, বৰপেটা

Post a Comment

4Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. বৰ সুন্দৰ আৰু হাস্যৰসাত্মক

    ReplyDelete
  2. বৰ সুন্দৰ

    ReplyDelete
Post a Comment