লিমাৰিক -ফাৰুক হুছেইন

©Admin
2
দুখীয়া ৰতনে টান বেমাৰত পৰিল যেতিয়া,
ৰতনীৰ অশান্ত মন ঘৰত নবহে তেতিয়া,
মানৱ দেহাৰ ভৰষা নাই,
কেতিয়া যে প্ৰাণবায়ু উৰি যায়,
ভৱিষ্যত ভাবিয়ে মনযোগেৰে কৰে তাই পৰকীয়া।

 ✍️ফাৰুক হুছেইন
      হাউলী, বৰপেটা

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment