Home নিপু কুমাৰ দাস জোনাক বিহীন জীৱন- নিপু কুমাৰ দাস জোনাক বিহীন জীৱন- নিপু কুমাৰ দাস person©Admin April 07, 2023 0 share এটা সপোনৰ পম খেদিএটা সপোনৰ যেন অপমৃত্যুগভীৰ ৰাতিৰ বুকুতজীৱনৰ ঠিকনা বিচাৰিজীৱনৰ কথাৰে জীৱন কাব্যপ্ৰাচীৰ প্ৰাণহীন প্ৰাণতজীৱন পুৱাৰ সুবাসিত সুগন্ধিনেদেখা নদীৰ সিপাৰেসুখ দুখৰ এক নতুন ছন্দৰাতিৰ বুকুত যেন সপোন ভেদিজীৱন চক্ৰবেহুত কিযেজোনাক বিহীন জীৱন মন্দ । Tags কবিতানিপু কুমাৰ দাস Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ