Home ৰুম্পী দাস আগমণ -ৰুম্পী দাস আগমণ -ৰুম্পী দাস person©Admin June 11, 2023 0 share আবেলি বাৰান্দাত অকলে বহি ,তোমাৰ স্মৃতিৰ লগত বহু কথা পাতি আছিলোঁ ।হঠাতে তুমি অহাৰ সুমধুৰ গোন্ধ পালোঁ ,তৎক্ষণাত ব্যাকুল হৈ পৰিছোঁ সঁচাই কি তোমাৰ ...আগমন ঘটিব ? ✍🏻ৰুম্পী দাস Tags অনুভৱৰুম্পী দাস Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ