উত্তৰঃ 'মানুহ বিচাৰি' নামৰ পুথিৰ বাবে।
২/ "আৱাহন" ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ দীননাথ শৰ্মা ।
৩/বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি ?
অত্তৰঃ জয়ভদ্ৰ হাগজে।
৪/ বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯৫৫ চনৰ ১৬ নৱেম্বৰত ।
৫/সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলন খনৰ নাম কি?
উত্তৰঃ সৌৰভ কুমাৰ চিলিহাৰ 'গোলাপ' ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ