ইতিহাসত আজিৰ দিনটো ০২ জুলাই

Sibani Baruah
0
📌আজি ইংৰাজী লেখাৰে ২ জুলাই (ইংৰাজী: 2 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৩তম (অধিবৰ্ষত ১৮৪তম) দিন। 

📌বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮২টা দিন বাকী থাকে।

📌১৬৯৮  চনৰ আজিৰ দিনটোতে  থমাছ ছাভেৰীয়ে তেওঁৰ প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট লাভা কৰে।

📌১৮৯৭চনৰ আজিৰ দিনটোতে  ইটালীৰ বিজ্ঞানী মাৰ্কনীয়ে লণ্ডনক অনাতাঁৰ যন্ত্ৰৰ বাবে পেটেণ্ট লাভ কৰে।

📌১৯৪০ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰি কলিকতা কাৰাগাৰত বন্দী কৰা হয়।

📌২০০২ চনৰ আজিৰ দিনটোতে অকলশৰে বেলুনত উঠি পৃথিৱী প্ৰৰিভ্ৰমণ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয় ষ্টিভ ফ'ছেট।

📌২০১৩ চনৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই প্ল'টোৰ চতুৰ্থ আৰু পঞ্চম উপগ্ৰহ দুটাক ক্ৰমে কাৰ্বেৰছ (Kerberos) আৰু ষ্টিক্স (Styx) নামেৰে নামকৰণ কৰে।

📌১৮৬২ চনৰ আজিৰ দিনটোতে ৱিলিয়াম হেনৰী ব্ৰেগ, ইংৰাজ ন'বেল বঁটা বিজয়ী বিজ্ঞানী। (মৃত্যু. ১৯৪২)

📌১৮৭৭ চনৰ আজিৰ দিনটোতে হেৰমান হেস, জাৰ্মান ন'বেল বঁটা বিজয়ী সাহিত্যিক তথা কবি। (মৃত্যু ১৯৬২)

📌১৯৮৩ চনৰ আজিৰ দিনটোতে সুহাস ললিনাকেৰী য়াথিৰাজ, ভাৰতীয় প্ৰসাশনিক বিষয়া তথা পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈৰ জন্ম।

📌১৭৫৭চনৰ আজিৰ দিনটোতে চিৰাজ-উদ-দৌলা, বংগৰ অন্তিম স্বাধীন নৱাব আছিলৰ মৃত্যু। ।

📌১৭৭৮চনৰ আজিৰ দিনটোতে জঁ-জাক ৰুছ’, চমুকৈ ৰুছো, ফৰাচী বিপ্লৱৰ পিতৃপুৰুষ, চুইজাৰলেণ্ড আৰু ফ্ৰান্সৰ দাৰ্শনিকৰ মৃত্যু। ।

📌১৮৪৩  চনৰ আজিৰ দিনটোতে চেমুৱেল হ্যানিমেন, জাৰ্মানীৰ হোমিওপেথিক ঔষধৰ আবিষ্কাৰকৰ মৃত্যু ।

📌১৯৬১চনৰ আজিৰ দিনটোতে আৰ্নেষ্ট হেমিংৱে, আমেৰিকান উপন্যাসিক, ছুটিগল্প ৰচক আৰু সাংবাদিকৰ মৃত্যু। ।

📌১৯৫০ চনৰ আজিৰ দিনটোতে ইউছুফ মেহেৰ আলী, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজতান্ত্ৰিক নেতাৰ মৃত্যু। । (তেওঁ ১৯৪২ চনত বোম্বাইৰ মেয়ৰ নিৰ্বাচিত হৈছিল। তেওঁ ৰাষ্ট্ৰীয় মিলিছিয়া, বোম্বাই যুৱ লীগ আৰু কংগ্ৰেছ সমাজতান্ত্ৰিক দলৰ প্ৰতিষ্ঠাপক আছিল।)

📌২০২২ চনৰ আজিৰ দিনটোতে তুলসী ওজা, অসমীয়া লোক কৃষ্টিৰ সাধক, ঢোলৰ ওজা তথা প্ৰতিমা পাণ্ডে বঁটা প্ৰাপকৰ মৃত্যু। 

 📌আজি  বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস।
 
📌আজি বাহিয়াৰ স্বাধীনতা দিৱস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)