সেই পথত কত যে কি দুৰ্ঘটনা!
নিৱিড় ভাবে প্ৰকাশ নকৰে
সেই ভয়াৱহতা।
দেশ মাতৃ হকে
প্ৰাণৰ বলিদান অলপো নেভাৱে নিজৰ প্ৰয়োজনীয়তা।
দেশ ৰক্ষাৰ কাৰণে
দেহক কৰা সচেতনতা ।
দুৰ্গ পথৰ মাজে মাজে
কৰে পহৰা ।
তথাপিও নেভাগৰে
সেই ব্যাকুলতা ।
মোৰ স্বদেশৰ বীৰ
দেশ মাতৃ হকে কৰিছা
প্ৰাণৰ বলিদান ,
চিৰদিন অমৰ হৈ ৰ'ব
সেই অৰিহণা ।।
✍️ মধুস্মীতা বৰদলৈ
( মৰিগাঁও,বগৰি আটি )
দ্বাদশ শ্ৰেণী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ