অকলশৰীয়া-দেইজী কাৰ্খ বৰদলৈ

©Admin
0
বেলিটো অকলশৰীয়া,
কিন্তু সদায় পোহৰ
দি থাকে।

ঠিক তেনেদৰে কোনোবাই
আপোনাৰ লগত থাকক বা নাথাকক,
কিন্তু সদায় নিজকে নিজে সুখী থাকিবলৈ চেষ্টা কৰক।

কোনোবাই আপোনাক খবৰ ৰাখক নাৰাখক পাছৰ কথা।

কিন্তু নিজকে নিজে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰক।
যদি,,
নিজকে নিজে দুৰ্বল কৰি ৰাখে হয়তো,,,
আপোনাক বেলেগে কন্দোৱালৈ বেছি সময় নালাগে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)