১/ আজিৰ দিনটোতে ১৬০৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমখন জাহাজ চুৰাট উপকূলত প্ৰবেশ কৰে।
২/আজিৰ দিনটোতে ১৯৬৯ চনত অভিনেতা মুকেশ তিৱাৰীৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ২০১৪ চনত ব্ৰিটিছ আভিনেতা, অস্কাৰ বিজয়ী গান্ধী কথাছবিৰ নিৰ্মাতা আৰু পৰিচালক ৰিছাৰ্ড এটেনবৰৰ মৃত্যু হৈছিল।
৪/ আজিৰ দিনটোতে ১৯৯১চনত ইউক্ৰেইনে ছোভিয়েট সংঘৰ পৰা পৃথক হৈ নতুন ৰাষ্ট্ৰৰ সৃষ্টি কৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ