লুকাই থাকে কথাবোৰ বাহিৰৰ
পৰা সৰল কিন্তু ভিতৰৰ পৰা
বৰ জটিল ।
কথাবোৰ শেষ নহয় , কথাবোৰ
গৈ থাকে ঠিক এখন নদীৰ দৰে
অসীমলৈ কথাবোৰ কেতিয়াবা
ভাগৰি পৰে আৰু কথাবোৰৰ
কেতিয়াবা মৃত্যু হয় ।
আৰু কথাবোৰ এখিলা উকা
পৃষ্ঠাৰ বুকুত চিৰদিনলৈ আৱদ্ধ
হৈ ৰয়...
✍️হীৰক কলিতা , নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ