ধৈয্যৰ ফল••স্বাতী জয়ছোৱাল

Rinku Rajowar
0
আজি সোণটোৰ পাঁচ বছৰ হ'ল। সি চোন এতিয়াও চহৰৰ পৰা ঘূৰি নাহিল । নিজৰ ল'ৰাটিক এবাৰ চাবলৈও মন যোৱা নাই নে বাৰু তাৰ?
    তুমিয়েই টো কৈছিলা মা -" ধৈয্যৰ ফল সদায় মিঠা" ।


✍️স্বাতী জয়ছোৱাল
নাহৰকটীয়া, ডিব্ৰুগড় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)