দেখি বৰ ৰং পাওঁ।
ৰʼ লাগি চালেওঁ
আমনি নাপাওঁ।।
ঘৰ-মাটি চহকী,
খাল-বিল পুখুৰী।
আছে, ৰৌ-কাৱৈ, পুঠি-খলি।।
গোহালিত গৰু মʼহ
বাৰীত শাক-পাণ।
পথাৰত সৰিয়হ
ভঁৰালত নদন-বদন
জঁহা-বৰা ধান।।
ঘৰত আছে তাঁতশাল,
বোৱা-কটাত তিৰোতা ভাল।
ধুনীয়া ধুনীয়া ফুল তোলে,
অতিথিক আদৰে।।
•••••••
শ্ৰী কুঞ্জ মোহন কাকতি।
যোগাযোগ :- ৮০১১৭৯৭৮৪৪
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ