কিয়••ধনঞ্জয় দাস

Rinku Rajowar
0
সাগৰ গভীৰ প্ৰেম
গণিকাৰ অন্তৰত
ৰিক্ত হিয়া 
কাৰ পৰশত
বধিৰ কোন
ৰহদৈ নে ভাদৈ
দৰিকনা ধৰিবলৈ
লৈ ফুৰিছা জাকৈ
পানীৰ বুকুত কৰিছা
অবাধ স্পৰ্শ।

✍️ধনঞ্জয় দাস,  
গাঁও পুৰণিআলিমূৰ, পাঁচমাইল, তেজপুৰ, শোণিতপুৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)