১৬ নৱেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩২০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৯৪৯ চনত ভাৰতৰ সংবিধান ৰচনাৰ কাম সম্পূৰ্ণ হয়।
২/ আজিৰ দিনটোতে ১৯৯৮ চনত এক মহাজাগতিক পৰিঘটনাৰ ফলত বিভিন্ন ঠাইত উল্কাবৃষ্টি হৈছিল।
৩/ আজিৰ দিনটোতে ২০০০ চনত দক্ষিণ আফ্ৰিকাৰ লুৱাণ্ডাৰ বিমান বন্দৰৰ কাষত এখন ৰুছ বিমান বিধ্বস্ত হৈ ৪৫জন যাত্ৰীয়ে মৃত্যুক সাৱতি লৈছিল।
৪/ আজিৰ দিনটোতে ১৯০৮ চনত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক বি এন ৰেড্ডীৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৯২ চনত অসমীয়া সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ