কিহৰ লাস-বিলাস
এই দুদিনীয়া দুনিয়াত
য'ত নাই এপলকৰ ভৰসা
কি আছে, কি নাই,
তাক লৈ কৰাহে যদি দ্বিদ্ধাবোধ
জীৱনত নেদেখা হ'বা সুখৰ মুখ।
যি আছে,যি পাইছা
তাকেই যদি ভাবা শ্ৰেষ্ঠ উপহাৰ
তাকেই যদি কৰা স্বীকাৰ হাঁহিমুখে
তেন্তে জীৱনত হ'বা অনন্ত সুখী।।
✍️সৰিফুল আলম
মায়ং,মৰিগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ