কিহৰ - হীৰামণি দহোটীয়া

©Admin
0
কিহৰ ? 
নিচাত ইমান মাতাল হৈ 
ফুৰিছা........ । 
কিহৰ? 
বাবে ইমান হাবাথুৰি খায় 
ফুৰিছা......... । 

মৰণ এদিন সকলোৰে আছে 
তথাপিও, 
জীৱনটোৰ বাবে ইমান আক্ষেপ 
কিহৰ?
নিজকে গঢ়ি তোলাৰ প্রয়াস
কিহৰ? 
জীয়াবৰ বাবেও ইমানবোৰ প্রস্তুতি
কিহৰ .........?



- হীৰামণি দহোটীয়া , তিনিচুকীয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)