নাৰী--দেইজী কাৰ্খ বৰদলৈ

©Admin
0
নাৰী শব্দটো হয়তো সাধাৰণ সাধাৰণ শব্দ।
কিন্তু নাৰীক জীয়াই থাকিবলৈ দিয়া।
এগৰাকী নাৰীয়েই ভালপোৱা
কামবোৰ কৰি যাবলৈ দিয়া।
নাৰীক হাঁহিবলৈ দিয়া।
সমাজৰ মাজত নাৰীক জিলিকি থাকিব দিয়া।
নাৰীক প্ৰতিটো কাম কৰিবলৈ সাহস দিয়া।
এগৰাকী নাৰীৰ অন্তৰত 
বহুতো সপোন থাকে।
সেই সপোনবোৰ পূৰণ হ'বলৈ দিয়া।
এগৰাকী সাধাৰণ নাৰী বুলি কেতিয়াও ঠাট্টা নকৰিবা।
নাৰীয়ে পুৰুষৰ সমানে খোজ পেলাই‌ আগবাঢ়ি যাবলৈ সাহস দিয়া।
নাৰী শক্তিয়ে এই কথা মনত ৰাখিব লগীয়া যে,,
যদিহে সমান সুবিধা প্ৰদান কৰিব পৰা যায় তেন্তে পুৰুষৰ সমকক্ষ হোৱাই‌‌ নহয় বহুতো ক্ষেত্ৰত নাৰীয়ে আগবাঢ়ি গৈছে।
নাৰীক সন্মান কৰিবলৈ শিকা।
আজিৰ সমাজত পুৰুষ মহিলা সকলো সমান।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)