আমি প্রায় মানুহৰ আচৰণ কেনেকুৱা জানে নে! আন কাৰোবাক বেয়া কোৱাৰ আগত আমি নিজে কি কৰোঁ কি নকৰোঁ একো কথা নাভাবোঁ...এবাৰ ভাবিব লাগে হয় নে নিজে কি কৰোঁ।
আচলতে কি জানে আমি মানি লব নোৱাৰাটোৱে আমাৰ মাজত বহুত সমস্যাৰ সৃষ্টি কৰে, নিজৰ কৰবাত ভুল হয় সেয়া আমি মানিবলৈ টান পাওঁ।
সেয়ে মই কওঁ কোনো মানুহক কিবা কোৱাৰ আগত এবাৰ নহয় হাজাৰ বাৰ ভাবিব কাৰণ আপুনি নাজানে আপুনি কোৱা কথাষাৰ কিছুমান সময়ত বিষ যেন হয়, কোৱাৰ আগত কথাষাৰ বুজি লোৱা উচিত হয় নে বাৰু ?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ