Home স্তৱক এটা স্তৱক -যুৱৰাজ বাচকোটা এটা স্তৱক -যুৱৰাজ বাচকোটা person©Admin July 29, 2024 0 share বোকা বুলি ঘীণ কৰি আঁতৰি নাযাবা বোকাতে পদুম ফুলেধূনীয়া গোলাপ বুলি চিঙিবলৈ নাযাবাবিন্ধিব পাৰে ক্ষুদ্ৰ হুলে ক্ষুদ্ৰ কাঁইট ভাবি অৱহেলা নকৰিবাপশ্চ্যতাপ ভুঞ্জিবলগীয়া হয় চিৰজীৱন মৰতত কেতিয়াবা হঠাৎ হোৱা ক্ষুদ্ৰ এটি ভুলে।সেয়েহে ভুলক জানিবা হুল। Tags যুৱৰাজ বাচকোটাস্তৱক Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ