বন্ধুৰ প্ৰয়োজন নাই।
বিপদৰ সময়তহে
বন্ধুৰ প্ৰয়োজন।
প্ৰকৃত বন্ধু সেইজন,,
যিজনে বিপদৰ
সময়ত থাকে,,
তেওঁৰ হে আচল বন্ধু।
প্ৰকৃত বন্ধু সেইজন নহয়।
যিজনে স্বাৰ্থৰ প্ৰয়োজনত
ব্যৱহাৰ কৰে।
হয়তো প্ৰকৃত বন্ধু
সেইজন যিজনে
সমগ্ৰ পৃথিৱীত আমাৰ
বিপক্ষে হ'লেও আমাক
লগ দিয়ে।।
আমাক বহুত বেছি
বন্ধু নালাগে।
মাত্ৰ দুজন বন্ধু লাগে।
এজন সৎ বন্ধু।
আনজন হৈছে
বিশ্বাসযোগ্য বন্ধু।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ